পালনপালনকৰ্ত্তা

পালন কৰ্ (Assamese) [ Roman: pa.lon. kor]
1. (Verb-Trans.) to do what is ordered/commanded to do by some authority বয়স বা পদমৰ্য্যদাত জ্যেষ্ঠ কোনো লোকে কৰিবলৈ কোৱা আৰু দিহা দিয়া মতে কাম কৰ্

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-02
2. (Verb-Trans.) to arrange/throw a party on a happy occasion আনন্দৰ মুহূৰ্ত্তত প্ৰীতি-মেল বা ভোজ-ভাতৰ আয়োজন কৰ্

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-03-09
3. (Verb-Trans.) to conform to, comply with, or act in accordance with (some rules or practice). (কোনো নিয়ম বা ৰীতি-নীতি) মানি চল্ বা সেইমতে কাম কৰ্।